Assamese Adult Jokes :: New Assamese Adult Jokes ( PART 2)

ASSAMESE 2016 NEW SEX ADULT JOKES .

Thnks for your comments in my 1st Assamese Adult Jokes Part 1

kunu bai jodi poha nai tolor link 2 t click kori pohibo paribo ↓↓

( ADULT JOKE 1ST PART) – ( http://www.xkamini.com/assamese-adult-jokes-new-assamese-adult-jokes/  )

………………………………………………………………………………………………………………………………………………………………………………………………………………………………………………………………………………………………………………………………………

এজন খেতিয়কে এজনী ধুনীয়া ছোৱালী বিয়া পাতিলে আৰু
বিয়াৰ পিছদিনা
প্ৰথম নিশা শোৱাৰ সময়ত
গিৰীয়েকে ঘৈণীয়েকৰ পেটৰ ওপৰত হাত ফুৰাই কলে
এইখনি মাটি মোৰ মই ইয়াত
আলু ৰোম। এই বুলি কৈ শুই থাকিলে
দ্বিতীয় দিনাও শুবৰ সময়ত
নাভীৰ ওপৰত হাত ফুৰাই কলে
এইখিনি মাতি মোৰ মই ইয়াত
নহৰু ৰোম।তেনেকৈ কৈ শুই থাকিলে
তৃতীয় দিনা শুবৰ সময়ত যেতিয়া হাত ফুৰাব ধৰিছিল তেতিয়া
ঘৈণীয়েকে খঙতে কলে
আজি যদি মূলা নোৰোৱা তেতিয়া হলে
মাতি খিনি বন্ধকত থম ।।(www.xkamini.com)

…………………………………………………………………………………………………………………………………………….

মেট্ৰিক পৰিক্ষাত আহিবলগীয়া প্ৰশ্ন ।
শুদ্ধ উত্তৰটো বাচি উলিওৱা-
১/ এজনী ছোৱালীয়ে মুতি আছে
২/ এজনী ছোৱালীয়ে আঙুলী মাৰি আছে
৩/ এজনী ছোৱালীয়ে চিঞৰী আছে উহ আহ মৰিলো ও
প্ৰশ্ন- ইয়াৰে কোনজনী ছোৱালীৰ ৯ মাহত পোৱালী জন্ম হ’ব…???(www.xkamini.com)

………………………………………………………………………………………………………………………………………………

নিজকে বহুত চালাকি বুলি কেতিয়াও নাভাবিবা । এবাৰ কি হল শুনা ।
আমাৰ গাৱত এটা লৰাই বৰ ফুটনি মাৰি থাকে । মই বৰ চালাক বুলি ।
এবাৰ চকুত দুখ পালে সি ।বহুদিন হৈ গল ডাক্তৰক দেখুওৱা নাই লাহে লাহে সি নেদেখা হৈ গল পিছত ডাক্তৰক ওছৰত যোৱাত ডাক্তৰে কলে অপাৰেচন কৰিব লাগিব । তেতিয়া সি ভাবিলে অপাৰেচন কৰিলেতো বহুত পইচা লাগিব সেয়ে সি মই চালাকি কৰি কিবা এটা কৰিব লাগিব । তাৰ মতলবতো হল দেখা পালেও সি নাই দেখা বুলি কব তেতিয়াতো ডাক্তৰে পইচা লব নোৱাৰিব ।
কেইদিনমানৰ পিছত তাৰ অপাৰেচন হল । দুদিন তাৰ চকু বন্ধা আছিল তৃতীয় দিনা ডাক্তৰ আহি চকুৰ পৰা বেন্দেচ খুলি দিছে আৰু সুধিলে
তুমি দেখা পাইছানে । সি কলে নাই দেখা চাৰ । একো দেখা নাই । তেতিয়া ডাক্তৰ জনে ভাবিলে সি মিচা কৈছে । বুদ্ধি এটা কৰি চাও তেতিয়াহে গম পাম সি দেখিচেনে নাইদেখা । ডাক্তৰ জনে এজনী নাৰ্চক মাতিলে আৰু কলে তুমি কাপোৰ খোলাচোন । তাই কাপোৰ খুলি উলংগ হৈ দিলে ।
ডাক্তৰ জনে এইবাৰ সুধিলে দেখিচানে কিবা ?
তা উত্তৰ একেটাই যে দেখা নাই । তেতিয়া তাক ডাক্তৰ জনে কৈছে
চুতমাৰনি তই দেখা নাই ? যদি তই দেখাই নাই তেন্তে তোৰ শুই থকা ডিতেক্টিভটো কিয় থিয় হৈ চেলুত মাৰি আছে ?(www.xkamini.com)

………………………………………………………………………………………………………………………………………………………….

এজন বিজ্ঞানীয়ে জংঘলত দীর্ঘদিন
ধৰি যৌন ক্ষমতা বৃদ্ধি কৰাৰ গৱেষনা
কৰি আছিল । অৱশেষত তেওঁ এটা
ইঞ্জেকচন আৱিষ্কাৰ কৰি পেলালে ।
কিন্তু টেষ্ট কৰিবৰ বাবে কাকো
নাপালে বাবে এটা মেকুৰী উপৰত
সেইটো প্ৰয়োগ কৰিলে ।
মেকুৰীটোৱে যৌন উন্মাদনাত
উত্তেজিত হৈ য’তেই ফুটা পায় ত’তেই
আৰম্ভ কৰি দিলে ।
বিজ্ঞানীজন সফল হ’ল যদিও
মেকুৰীটোক লৈ বিপদত পৰিল ।
মেকুৰীটোৰ চেক্স একেবাৰেই কমিব
নিবিচাৰে, যাৰ লগত সুবিধা পায় তাৰ
লগতেই কামফেৰা কৰি দিয়ে ।
শেষত বিজ্ঞানীজনে বুদ্ধি কৰি ধৰি
ফ্রীজত তাক সুমুৱাই ৰাখিলে যাতে
মৰি গ’লে পুৱা পেলাই দিব পাৰি ।
পুৱা বিজ্ঞানীজনে ফ্রীজ খুলি চাই
আচৰিত হৈ গ’ল, দেখিলে মেকুৰীটো
খালি ঘামি আছে, ঘাম মুছিছে ।
বিজ্ঞানীজনে তাক সুধিলে, ”তই
এতিয়ালৈকে মৰাই নাই ?”
মেকুৰীটোৱে চিঞৰি ক’লে,
.
.
.(www.xkamini.com)
”চাল্লা ইমান টান মুৰ্গীৰ লগত কৰিলে
কিমান কষ্ট হয় তই কি বুজিবি ?!”

……………………………………………………………………………………………………………………………………………………

খুব লাজকুৰীয়া এটা ল’ৰাই এখন
ৰেষ্টোৰেন্টত গৈ দেখিলে এজনী খুউব
ধুনীয়া ছোৱালীয়ে অকলে বহি
আছে ! সেয়ে সি অলপ সাহস কৰি সেই
ছোৱালীৰ কাষলৈ গৈ ক’লে,
“এক্সকিউজ মি, আপুনি যদি বেয়া
নাপায় মই আপোনাৰ কাষত বহিব্
পাৰোনে ?”
.
ছোৱালীজনীয়ে চিঞৰি কৈ উঠিল,
“আপুনি মোক কি কি মনে মনে কৈছে ?
মই আপোনাৰ সৈতে ৰাতি কটাব
লাগে !! চাল্লা ননচেন্স” ।
.(www.xkamini.com)
লগে লগেই ৰেষ্টোৰেন্টৰেন্টখনৰ
সকলোৱে খঙাল দৃষ্টিৰে ল’ৰাটোৰ
ফালে চালে । ল’ৰাটোৱে খুউব লাজ
পালে ! সি চুপচাপ গৈ অন্য এখন টেবুলত
বহিলেগৈ !!
.
অলপ সময়ৰ পাচত ছোৱালীজনীয়ে
ল’ৰাটোৰ কাষলৈ গৈ ফুচ ফুচকৈ ক’লে, “
মই মনোবিজ্ঞানৰ ছাত্রী, সেয়ে
বিভিন্ন বিব্রতকৰ পৰিস্থিতিত মানুহ
কেনেকৈ আচৰণ কৰে সেয়ে লৈ
গৱেষণা কৰি আছো, অলপ আগৰ কথাটোত
বেয়া নাপাবা দেই, দোন্ট মাইণ্ড !”
.
তেতিয়া ল’ৰাটোৱে চিঞৰ মাৰি
ক’লে,











“কি ৩,০০০ টাকা…!! এক ৰাতিৰ ভাড়া
ইমান বেছি নেকি…!!

……………………………………………………………………………………………………………………….

:– নগেন, ১১ টা ফলৰ নাম কোৱাচোন ?
নগেন :–
↓↓↓













“নেহাৰ দুটা আম , চোনিয়াৰ দুটা ডাব,
ৰেখাৰ দুটা কমলা, প্রিয়াৰ দুটা তৰমুজ ,
মুন্নিৰ দুটা আপেল আৰু মোৰ এটা কল !!!! ”

…………………………………………………………………………………………………………………………..

আমাৰ নগেনে সেইদিনা বিয়া(www.xkamini.com)
পাতিলে…. কিন্তু বেচেৰাই
কামফেৰা কেনেকৈ কৰিব লাগে
নাজানে ।
সি তাৰ দেউতাকৰ কাষলৈ গ’ল আৰু
সুধিলে, কেনেকৈ কামফেৰা কৰে ।
দেউতাকে ক’লে, ”ৰাতি কৰাৰ সময়ত
মোলৈ ফ’ন কৰিবি, আৰু যেনেকৈ মই কম
তেনেকৈ কৰিবি ।”
ৰাতি ১:৩০ বজাত দেউতাকলৈ ফ’ন
কৰিলে..
নগেন :– দেউতা, কোৱা এতিয়া
কেনেকৈ কৰিম..
দেউতাক :– কইনা আৰু তোৰ
কাপোৰখিনি খুলি ল’চোন প্ৰথম..
নগেন :– তাৰপাচত ?
দেউতাক :– ভৰি দুখনৰ মাজত কিবা
দেখিছনে ?
নগেন :– ও দেখিছো..
দেউতাক :– এতিয়া যিটো বস্তু মোৰ
ঠাইতো আছে আৰু সেইটো তোৰ
ঠাইতো আছে….. সেইটো সেইখিনিত
সুমোৱাই দে ।
নগেন :– ঠিক আছে দেউতা……. বুলি
ফ’ন কাটি..
.
.
.
.
ম’বাইলটোকে সুমুৱাই দিলে
ঘৈণীয়েকৰ হেৰিখনত

………………………………………………………………………………………………………………………………………..

আমাৰ নগেনে নিজৰ তিনিজন পুতেকৰ
লগত ট্ৰেইনত গুৱাহাটিলৈ আহি আছিল

টিটি এজনে আহি নগেনক সুধিলে, ”এই
তিনিটা ল’ৰা আপোনাৰ নেকি ?”
নগেন :– নহয় ছাৰ, মই কনডম কম্পেনীত
কাম কৰো , এই তিনিটাতো কাষ্টমাৰৰ
কমপ্লেইন আছিল !

……………………………………………………………………………………………………………….

নগেন আৰু নগেননী ৰাতি বিছনাত
একেলগে শুই আছে…
নগেননী :– জান, এনে কিবা এটা কৰা
যাতে মই খুউব ঘামি উত্তেজিত হৈ
পৰো |
.
.
.
.
.
.
.
নগেনে উঠি গৈ ফেনৰ চুইচটো অফ কৰি
দিলে.. !

…………………………………………………………………………………………………………………

চিনেমা চাই হলৰ পৰা ঘুৰি অহাৰ পথত
দুই বান্ধৱীৰ কথোপকথন—-
১ম বান্ধৱী: অই মোৰ ম’বাইলটো নাই
দেখোন !!!
২য় বান্ধৱী: কত থৈছিলি ?
১ম বান্ধৱী: বুকুত।(www.xkamini.com)
২য় বান্ধৱী: কি ?
১ম বান্ধৱী: নহয়… মানে, এই হেৰিটোৰ
তলত সুমুৱাই ৰাখিছিলোঁ অ’।
২য় বান্ধৱী: তাৰ পৰা কেনেকৈ চুৰ
হবলৈ পালে ?
১ম বান্ধৱী: মই এতিয়াহে বুজিলো।
চাল্লা, সি মোৰ ম’বাইলটো চুৰ
কৰিবলৈহে ব্লাউজত হাত সুমুৱাইছিল !!!

……………………………………………………………………………………………………………………………………

এজন মানুহে তাৰ ৭ বছৰীয়া পুতেকক খুউব
টাঙোন দি আছে ।
তাকে দেখি কাষৰ ঘৰৰ মানুহজনে
ক’লে, ”কিয় মাৰিছা ইমানকৈ ?”
:– ই মহা বদমাছ, ছোৱালী এজনিক
প্ৰেগনেণ্ট বনাই দিলে ।
:– হা… ইমান সৰুতে ই কেনেকৈ
প্ৰেগনেন্ট বনাব পাৰে ?
.
.
.
.
.
:– চল্লা ই মোৰ কনড’মৰ পেকেত কেইটা
চিঙি পেলালে ।

……………………………………………………………………………………………………………………………

গাৰ্ল ফেণ্ড-বয়ফ্ৰেণ্ড প্ৰথম কিচ কৰিছে
। কিচ কৰাৰ পাচত গাৰ্লফ্ৰেণ্ড…
–> এনেকুৱা কিচ আগতে কেতিয়াও
কৰা নাই জানা, তোমাৰ মুখৰ
ছুইংগামটোও মোৰ মুখলৈ গুচি আহিল ।
বয়ফ্ৰেণ্ড –> চুইট হাৰ্ট, তোমাৰ মুখলৈ যি
গৈছে সেয়া ছুইংগাম নহয়..
.
.
.
.
.
.
.
আচলতে মই যোৱা কেইদিনৰপৰা কফ
সমস্যাত ভুগিছো ।

……………………………………………………………………………………………………………………..

ছোৱালী :– তোমালোকে যে
ক্লাছৰুমত বেয়া কথা পাতি থাকা,
আমাৰ ছোৱালীবোৰৰ কাণ থিয় হৈ
থাকে….
ল’ৰা :– অও, তোমালোকে সেইটোক
কাণ বুলি কোৱা ন’ !!!

……………………………………………………………………………………………………………………………………

সাংঘাটিক দেই(Full 18+)
…………………………………
ৰাতি এঘাৰ বজাত ল’ৰাটোৱে(www.xkamini.com)
ছোৱালীজনিক msg কৰিছে, ”অ’ সোণ
কাইলৈ তুমি চুমা এটা দিবানে ?”
ছোৱালী :– ওহোঁ নিদিও, কোনোবাই
দেখিলে কি হ’ব ?
ল’ৰা :– কোনেও নেদেখে, বিশ্বাস
ৰাখা মোৰ ওপৰত….
ছো :– ঠিক আছে বাৰু, দিম দিয়া….
ল’ৰা :– আস্ বৰ ধুনীয়া লাগিছে
তোমাৰ msgতো পায়…… অ’ দেহা
তোমাৰ গাখীৰকেইটাও এবাৰ টিপিব
দিবানে ?
ছো :– ঠিক আছে বাৰু টিপিবা…
২০ মিনিটৰ পাছত
ল’ৰা :– এইবোৰ বৰ বেয়া কথা দেই, মই
আচলতে তোমাক চুবও নিবিচাৰো…
ছো :– চাল্লা কুকুৰ, মই জানো নহয় তই
হাত মাৰিলি বুলি ।

……………………………………………………………………………………………………………….

প্ৰথম বুঢ়া :– আজিকালি বোৱাৰী আৰু
ছোৱালীবোৰে ইমান কম কাপোৰ
পিন্ধে নহয়… গোটেই ভৰি, পিঠি আদি
সম্পূৰ্ণকৈ দেখা পাই । আনকি ব্ৰাটোও
দেখা পায়, কাপোৰৰ তললৈকে, সন্মূখত
হালি দিলেতো কথাই নাই আৰু
ধুনীয়াকৈ দেখা পায় । পেটৰ
নাড়ীটোও বৰ…….
দ্বিতীয় বুঢ়া :– হেই ৰবক আৰু নকব….. মোৰ
এনেই এইডাল কিয় উঠাই দিছে ? খালী
ধুতিখনহে পিন্ধি আহিছো ।

………………………………………………………………………………………………………………………………..

ল’ৰা :– মই তোমাৰ গাত কোনো স্পৰ্শ
নকৰাকৈ চুমা খাব পাৰিম ।
ছোৱালী :– এইটো কেতিয়াও সম্ভৱ
নহয়….
ল’ৰা :– ঠিক আছে, বাজি লগাম ১০
টকাকৈ হবনে ?(www.xkamini.com)
ছোৱালী :– ঠিক আছে….
ল’ৰাটোৱে ছোৱালীজনীক
ধুনীয়াকৈ ইমৰাম হাচমীৰ দৰে মুৰত ধৰি
চুমা খালে ।
ছোৱালীজনীয়ে খং কৰি
কেংকেঙাই উঠিল, ”তই মোক স্পৰ্শ
কৰিলি কিয় ?”
ল’ৰা :– ঠিক আছে, মাথা ঠাণ্ডা কৰ
আৰু এইটো দহ টকা ল….

………………………………………………………………………………………………………………………………

গুৱাহাটীৰ ঘটনা
…………………..
1) নতুন কইনাক দৰাই হনীমুনৰ দিনাখন
২৫০০০/- টকা দিলে ।
তাকে দেখি কইনাই আচৰিত হৈ
সুধিলে, ”ইমানবোৰ টকা দিছা যে
গোটেই পৰিয়ালে কৰিব নেকী….?”
2) এটা সৰু ল’ৰাই নিজৰ পেন্টটো খুলি
ছোৱালী এজনীক দেখাই দিছে….
”তোমাৰ ঠাইত এনেকুৱা আছে
জানো ?”
ছোৱালীজনীয়েও পেন্ট খুলিলে আৰু
হাঁহিমুখেৰেই ক’লে, ”মায়ে কৈছে
এনেকুৱা থাকিলে তেনেকুৱা বহুত
পাম ।”

………………………………………………………………………………………………………………………………

এজন মানুহে এখন চেলুনত সোমালে আৰু
তাৰ নাপিতজনক সুধিলে, ”ডাঙৰীয়া
চুলি কাটিবলৈ আৰু কিমান সময়
লাগিব ?”
দুকানত ভিৰ আছিল বাবেই
নাপিতটোৱে ক’লে, ”আৰু প্ৰায় তিনি
ঘণ্টা লাগিব ।”
মানুহজনে এই কথা শুনি গুচি গ’লগৈ ।
তিনি-চাৰিদিনৰ পাছত আকৌ সেই
মানুহজনে আহি নাপিতজনক সময় সুধি
গুচি গ’লগৈ ।
আকৌ তিনি-চাৰিদিনৰ পাছত সেই
মানুহজনে আহি নাপিতজনক সময় সুধি
গুচি গ’লগৈ ।
পিছৰবাৰত আকৌ মানুহজন আহি সময় সুধি
গুচি গ’ল ।
এইবাৰ নাপিতজনে চুলি কাটিবলৈ
অহা পোৱালী এটাক ক’লে, ”ঐ যাচোন,
এই মানুহটোৱে সদায় সময় সুধি গুচি
যায়গৈ । ক’ত যায় তই পিছে পিছে যায়
এবাৰ চেইক কৰগৈ ।”
অলপ পাছত সেই পোৱালীটো হাঁহি
হাঁহি দুকানলৈ আহিল ।
নাপিত :– কি হ’ল ? কলৈ যায় সেই
মানুহটো বাৰু ?
পোৱালী :– আপোনাৰ ঘৰলৈ(www.xkamini.com)

……………………………………………………………………………………………………………………….

এটা ল’ৰাই এজনী ছোৱালীক পতাই
গাড়ীত উঠাই জংঘললৈ লৈ গ’ল ।
ছোৱালী :– অহ, মই তোমাক ক’ব
পাহৰিছিলোৱেই যে মই এজনী
বেলেগ ছোৱালী, এবাৰত ৫০০ টকা লওঁ

ল’ৰাটোৱে উপায় নাপায় ৫০০ টকা দি
দিলে তাইক ।
যৌনকৰ্ম হোৱাৰ পাছত
ছোৱালীজনীয়ে চিগাৰেট এটা
জ্বলায় ললে আৰু ক’লে, ”কি হ’ল এতিয়া
নোযোৱা নেকি ?”
ল’ৰা :– অহ মই তোমাক ক’ব
পাহৰিছিলোৱেই মই এজন ডাইভাৰ বুলি
। চহৰলৈ ৮০০ টকা লম ।

……………………………………………………………………………………………………

সেইদিনা আমাৰ ঘৰত কাজ অলপ
পাতিছিল । গাওঁৰে একেবাৰে
চিনাকী বৌ এজনী আহিছিল ঘৰলৈ ।
কাজ শেষ হোৱাৰ লগে লগেই বৌক ঘৰত
থৈ অহাৰ মোৰ পাল পৰিল ।
বাইকত বৌক পিছফালে উঠাই ললো ।
মাজে সময়ে থেকেচাত বৌৰ বুকুখন
মোৰ পিঠিত লাগি যায় আৰু কোমল
কোমলকৈ ভাল লাগি যায় ।
মই বাৰে বাৰে মোৰ পিণ্টুটোক বুজাও
আৰু তাই শুনাকৈ কওঁ, ”না পিণ্টু না…
এইজনী বৌ হয়” ।
বৌৰ ঘৰ গৈ পোৱাৰ লগে লগে বৌৱে(www.xkamini.com)
সুধিলে, ”তুমি কোন পিণ্টুৰ লগত কথা
পাতিছিলা ?”
মই লাজ লাজ কৈ ক’লো, ”বৌ, আপোনাৰ
বুকুখন যেতিয়া মোৰ পিঠিত বাৰে
বাৰে লাগি গৈছিল তেতিয়া মোৰ
পিণ্টুৱে থিয় হৈ মোক দিগদাৰ দি
আছিল, তেতিয়া মই তাক ”আপুনি মোৰ
বৌ হয় বুলি বুজাইছিলো”….
তেতিয়া বৌৱে মোক ক’লে, ”ধেইত
পাগল, বৌ হয় মই তোৰ কিন্তু পিণ্টুৰ
নহয়….. আহ ভিতৰলৈ আহ
.

…………………………………………………………………………………………………………………..

আকবৰৰ পত্নী জোধাৰ ডাঙৰ ডাঙৰ
গাখীৰ দেখি তানসেনে বীৰবলক
কৈছে, ”আৰেই বন্ধু উহুহু… মোক এবাৰ
জোধাৰ গাখীৰ কেইটা টিপাৰ
ব্যবস্থা কৰি দিয়া, ১০০০ সোণৰ মুদ্ৰা
দিম ।”
বীৰবলে জোধাৰ ব্ৰাত দুটোপাল
খজুতিৰ ঔষধ দি দিলে ।
আকবৰে বীৰবলক দৰবৰ কথা সুধিলে ।
বীৰবল :– যদি কোনো মিঠাবৰণীয়া
মানুহক চুব দিয়া তেন্তে ৰাণী ঠিক হৈ
যাব ।
আকবৰে তানসেনক গাখীৰ টিপিবলৈ
হুকুম দি দিলে ।
তানসেনৰ কাম হৈ গ’ল । পিছৰদিনা(www.xkamini.com)
বীৰবলে সোণৰ মুদ্ৰা বিচাৰোতে
তানসেনে নিদিওঁ বুলি ক’লে ।
বীৰবল :– মই জানোৱেই, এই
কুকুৰপোৱালি মাকচুদাই এনেকুৱা কৰিব
বুলি…. সেইবাবে আজি আকবৰৰ
আন্দাপেনত চাৰিটোপাল খজুওতি ঔষধ
দিছো । ৰ’হ ভণীয়েক চুদা, তোক
এতিয়াই মাতিব আহিব ।…..

……………………………………………………………………………………………………………………………

তিনি বান্ধৱীৰ কথোপকথন :–
১ম বান্ধৱী :– তোমালোকেতো মোৰ
মানুহজনক দেখিছাই কিমান ওখ, এবাৰ
ভাবাচোন তেওঁৰ বস্তুটো কিমান ডাঙৰ
হব……
২য় বান্ধৱী :– আৰে মোৰ মানুহজনতো ৫
ফুটৰ ওপৰত ওখ, তেওঁ কিন্তু কোনোগুণে কম
নহয় দেই….
3য় বান্ধৱী :– (তাইৰ মানুহজন অলপ চুটি-
চাপৰ আছিল) হয়, হয়….. কথা কিছুমান আৰু
কোৱা দেই…. এটা টিভি ১৪, ১৯ বা ২১
ইঞ্চি যিমানেই ডাঙৰ নহওক ৰিমটটো
কিন্তু ৬ ইঞ্চিয়েই দেই…..

……………………………………………………………………………………………………………………………..

দত্তৰ বিয়াৰ সম্পূৰ্ণ ১০ বছৰৰ পাছত
ষ্মীতাই বিষন্নভাৱে দত্তক কৈছে, ”মই
জানো তুমি মোক ইমান ভাল
নোপোৱা !”
দত্তৰ ফটাফট উত্তৰ > নহ’লে কি এই আধা
ডজন ল’ৰা-ছোৱালী ইন্টাৰনেটৰপৰা
ডাউনল’ড কৰিলো নেকি ?
ষ্মীতাৰ আৰু ফটাফট উত্তৰ > তোমাৰ কি
ডাউনল’ড ষ্পীড !!!? বেয়া পেনডাইভ,
দষ্তোমত ৰণ্টু পিণ্টুৰ পেনডাইভ ব্যৱহাৰ
কৰিছো ।

……………………………………………………………………………………………………………………………..

val lagile comment koribo .. kitaman copy kora hoise .. pasot aru val valadult joke post korim . comments koribo buli akha rakhilu

 

18 thoughts on “Assamese Adult Jokes :: New Assamese Adult Jokes ( PART 2)

  1. মজা লাগিছে আৰু লিখিবা হাহি হাহি পেট বিষাই গৈছে

    1. Hii… 9821174*** ai2 nmbr pra 2mle phn krim rcvd kriba dei.. mur nm Padum.. ghr Sibsagor. thku Delhit Air Indiat kori asu job

  2. Val lagise…….specifically keitaman copy korisa boli kuat …..common thakileo(bengali t asil) akou pohi val lagise……….agole di thakiba

Leave a Reply

Your email address will not be published. Required fields are marked *